28/11/2024
ভাগ্যৱান হব পাৰে আপুনি....পলম নকৰিব...
Physical fitness is to the human body what fine tuning is to an engine. It enables us to perform up
28/11/2024
ভাগ্যৱান হব পাৰে আপুনি....পলম নকৰিব...
10/09/2024
Always push your limits..........Fit is not a size, it's a feeling.....
09/09/2024
দেহৰ গঠনত অন্যতম ভূমিকা পেশী বহুল হাত.....
আপুনি শ্ৰীবৃদ্ধি কৰিব নে....
সু - স্বাস্থ্যৰ বাবে ...
12/08/2024
পেৰিছ অলিম্পিকত ক্ৰীড়া ক্ষেত্ৰত ভাৰতক চহকী কৰা সকল.....
🥈Neeraj Chopra
🥉Manu Bhaker
🥉Aman Sehrawat
🥉Swapnil Kusale
🥉Manu/Sarabjot
🥉Hockey India
02/07/2024
জিম্বাবোৱে যাত্ৰা সফল হওঁক......দেশৰ বাবে এক পৰিচয় হওঁক নাম.....
New Vlog
Star Fitness Gym ত আমি কৰা Workout.......
YouTube link.......
https://youtu.be/8JWIBpy2ITk?si=FeP_yoo29oGojbMf
PD Entertainment
সুস্থ জীৱনৰ বাবে শৰীৰ চৰ্চা....
পি ডি এন্টাৰটেইনমেন্ট
28/05/2024
কষ্টৰে যেতিয়া এটি স্বাস্থ্য সন্মত শৰীৰ ৰূপ দিয়া হয়, তেতিয়া প্ৰতিখন আলোকচিত্ৰ হৈ পৰে কলা বগাৰ পৰা ৰঙীন লৈ........
এই বাটেৰে আহিব এটি সুস্থ স্বাস্থ্য বিচাৰি .........
22/05/2024
মাত্ৰ ২২ বছৰ বয়সতে শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনত প্ৰশংসা....
সন্তানৰ বাবে যেতিয়া মাক দেউতাক ইতি বাচক হয় তেতিয়া সন্তানে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় । এজন কাম বয়সীয়া শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ জৰিয়তে সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা সম্ভৱনাময় যুৱকৰ কথা কব লৈছোঁ । কলিয়াবৰৰ মিছামুখৰ এজন যুৱ ছাত্ৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ প্ৰতিযোগিতাত অংশ লৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰলৈ । মিছামুখৰ ৰিজি তিমুং আৰু ৰীতা বৰদলৈৰ পুত্ৰ দেৱদত্ত তিমুঙে ২০২১ চনৰ পৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ আৰু অনুশীলন অব্যাহত ৰাখিছে । পিতৃ মাতৃৰ সহাঁৰিৰ বাবে ২২ বছৰীয়া দেৱদত্তই ২০২২ চনত মিষ্টাৰ শোণিতপুৰ, ২০২৩ চনত মিষ্টাৰ কলিয়াবৰ, কনিষ্ঠ শাখাত মিষ্টাৰ নগাঁও আদি খিতাপ অৰ্জন কৰাৰ উপৰি চলিত বৰ্ষত হোজাইত অনুষ্ঠিত ভাৰোত্তোলন প্ৰতিযোগিতাত ষ্ট্ৰং মেন খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়তো শ্ৰেষ্ঠ শৰীৰ চৰ্চাবিদ আৰু শ্ৰেষ্ঠ ভাৰ উত্তোলনৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ দেৱদত্ত তিমুঙে। শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ ক্ষেত্ৰখনত ভবিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে দেৱদত্তই। যদি দেৱদত্তৰ ওচৰত কোনো ধনী লোক থিয় দিয়ে তেওঁৰ উজ্জ্বলতাৰ বাবে তেতিয়া আৰু আগুৱাব পাৰিব ।
শুভ কামনা জনাইছোঁ দেৱদত্তলৈ ।
13/05/2024
riyan at home place
শৰীৰ চৰ্চা আপোনাৰ জীৱনৰ অন্যতম ঔষধ......
কেতিয়াও অৱহেলা নকৰিব.....
জীৱন সুৰক্ষাৰ অন্যতম মাপকাঠি...
Legs attractive