03/09/2026
BCCI ৰ এটা বহুত ভাল সিদ্ধান্ত! 👏
সচিব দেৱজিৎ শইকীয়াই জনালে যে এতিয়াৰ পৰা SENA দেশত (South Africa, England, NZ, Australia) খেলিবলৈ যোৱাৰ আগত আমাৰ খেলুৱৈসকলে ভালকৈ জিৰণি পাব, তাত থকা পৰিৱেশৰ লগত মিলিবলৈ সময় পাব আৰু ২-১ খন practice মেচো খেলিবলৈ পাব।
বিদেশত ভাল খেলিবলৈ এইটো বহুত দৰকাৰ আছিল! 🇮🇳🔥