Tulumoni Mind & Wellness

Tulumoni Mind & Wellness

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tulumoni Mind & Wellness, Guwahati.

Mindset & Wellness Coach ✨
🧠 NLP • Emotional Healing
💆 Face Yoga + Body Yoga
💖 Stress Relief • Confidence • Natural Glow
🎓 AYUSH Certified Yoga Teacher & Evaluator

30/06/2026

কালি আমাৰ শ্ৰেষ্ঠই কৈছে- বাহিৰৰ পৰা দেখাত বিদেশত পঢ়াতো বহুত Fancy যেন লাগে। কিন্তু কিমান যে struggle আছে, ঘৰলৈ কিমান মনত পৰে! মোৰো মনটো বেয়া লাগি গ’ল। নিজকে প্ৰতিষ্ঠা কৰাৰ যুঁজখন যে কিমান কঠিন! আপোন মানুহৰ পৰা দূৰৈত থকাও কিমান কঠিন! ভগবান তাৰ সহায় হওঁক!

29/06/2026

🔥3 Lymph Release Techniques for Easier Weight Loss

27/06/2026

🔥YouTube Series ৰ বাবে প্ৰথম Mummy Tummy ৰ videos লৈ আহিম। মোৰ Yoga Recording Studio ৰ বাবে সকলো Material Upgrade কৰিলোঁ। সেয়ে আজি মই দৰকাৰী editing খিনি শিকি ললোঁ। Stress কমাবলৈ আটাইতকৈ ডাঙৰ কথা কাম পেলাই নোথোৱা। আজি ৫ -৬ ঘণ্টামান একেৰাহে কাম কৰিছোঁ। এটা Laptop ত Tutorial চাইছোঁ আৰু আনটোত practice। আপোনালোক সাজু হবনে? মোৰ সৈতে কচৰৎ কৰিবলৈ❤️❤️❤️

27/06/2026

❌অতিমাত্ৰা পজিটিভিটিৰ
চাইড ইফেক্ট!”

25/06/2026

🥰দিনটোৰ সকলো ব‍্যস্ততাৰ পিছত নিজৰ ওচৰলৈ উলটি অহাৰ আমেজকণ সদায় পৃথক

24/06/2026

😭Mummy Tummy ১০ বছৰৰ পাছতো ‍যোৱা নাই✅এই Exercise টো ২১ দিনৰ বাবে কৰক!

23/06/2026

❤️❤️আমাৰ ডেকা ল'ৰাটোৱে কিন্তু আগতে মাকৰ ভৰি পিটিকি দিছিল দেই। আজি ফটোখন হঠাৎ দেখি মনটো ভাল লাগি গল।

Want your business to be the top-listed Gym/sports Facility in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm