Swdwbsha Boro

Swdwbsha Boro

Share

Swdwbsha Boro as your major game secretary ...

25/09/2023

হোষ্টেলৰে খিৰিকীৰে
তুমি অহা বাটলে চাই,
ফাগুনে কিৰিলি পাৰে ✨ ...



24/09/2023

" বলিষ্ঠ হ'ব কণ্ঠস্বৰ
গৰিষ্ঠ হ'ব প্ৰয়াস
দাবী আমাৰ , সিদ্ধান্ত আপোনাৰ "



Profile pictures 21/09/2023

" জীৱনৰ সুবাস যদি অমোঘ অস্ত্ৰ হয় ....
ৰেখাপাত কৰি আগুৱাই যাওঁ জীৱন পথত "

হে সুহৃদ ,
নিৰ্বাচনী অভিবাদন গ্ৰহণ কৰিব । সতীৰ্থবৃন্দ, সিদ্ধান্তৰ সময় সমাগত। পোহৰৰ নিৰৱিচ্ছিন্ন সমুচ্চয়ত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰবাহিত । এই প্ৰবাহমান গতিত বৈভৱপূৰ্ণ প্ৰজ্ঞাৰ চূড়া কৃষ্ণচূড়াৰ সৌধ নিৰ্মাণৰ মানসেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৩-২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আপোনালোকৰ আৰ্শীবাদ আৰু শুভকামনাক সাৰথি কৰি মই জৈৱ প্ৰযুক্তি বিজ্ঞান (Biotechnology) বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ শ্ৰী নিহাৰ ৰঞ্জন ভূঞাই সভাপতিৰ (President) পদত প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। এই যাত্ৰাৰ প্ৰথমতো খোজত মোৰ সৈতে খোজ মিলাই মনোনয়ন দাখিল কৰিবলৈ অহা সমূহ সতীৰ্থলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিশ্ববিদ্যালয় খনক সহৃদয়েৰে ভালপোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এই যাত্ৰাৰ সহযাত্ৰী হিচাপে বিচাৰিছোঁ‌।

ইতি
নিহাৰ ৰঞ্জন ভূঞা
সভাপতি পদৰ প্ৰাৰ্থী

জয়তু গুৱাহাটী বিশ্ববিদ্যালয় !
জয়তু গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ !
জয়তু লোকবন্ধু ডা: ভূৱনেশ্বৰ বৰুৱা ৪ নং দুমহলীয়া ছাত্ৰাৱাস।

Want your business to be the top-listed Gym/sports Facility in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Gauhati University
Guwahati