Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

  • Home
  • India
  • Guwahati
  • Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন Its a Digital Media where we share our work like Interview,News etc...

28/09/2026
26/09/2026

এজন ভাস্কৰ
কেৱল এজন ৰূপকাৰ
বা নিৰ্মাতাই নহয়,
তেওঁ সমাজৰ এজন
সচেতন নাগৰিকো।
এজন শিল্পীয়ে
তেওঁৰ ভাস্কৰ্য্যৰ জড়িয়তে
সমাজৰ হেৰাই যাব ধৰা
ইতিহাস, লোক সংস্কৃতি
আৰু পুৰাতন ঐতিহ্যক
ভৱিষ্যতৰ প্ৰজন্মৰ
বাবে সংৰক্ষণ কৰে।
যুগ যুগ ধৰি,
ভাস্কৰ্য্যই সমাজৰ
দাপোন হিচাপে
কাম কৰি আহিছে।
দেশ বা জাতিৰ কাৰণে,
আত্মত্যাগ কৰা
মহান মনিষীসকলৰ
মূৰ্তি বা স্মাৰক
নিৰ্মাণ কৰি
নতুন প্ৰজন্মক
দেশপ্ৰেম আৰু সমাজসেৱাৰ
প্ৰতি অনুপ্ৰাণিত কৰে।
এইবাৰৰ অনুৰণনৰ
মজিয়াৰ আমন্ত্ৰিত
প্ৰসিদ্ধ চিত্ৰশিল্পী
ভাস্কৰ্য্য শিল্পী
তথা চিত্ৰ পৰিচালক
বীৰেন সিংহ
মনমৰমী মহন্তৰ সৈতে

23/09/2026

Sequence 05.mp4

21/09/2026

Sequence 12.mp4

20/09/2026

19/09/2026

Reel 1.mp4

17/09/2026

জুবিন গাৰ্গ
নাম নহয়,
সংগীতৰ এক মনোৰম অনুষ্ঠান
যাৰ কণ্ঠত বৰষে,
অমৃতৰ সুৰ।
যাৰ গীত শুনি,
তন্দাৰতৰ তন্দ্ৰা ভাগে,
জুবিন গাৰ্গ
অসমীয়া সংগীত জগতৰ
এক মাইলৰ খুটি।
সংগীতেই জুবিন গাৰ্গৰ
সংগ্ৰামৰ এক অস্ত্ৰ।
শিল্পী জনে বুকুৰ মাজত,
সন্তৰ্পণে সাচি ৰাখে,
এটি শিশুসুলভ মন।
বন্ধুৰ মাজতো তেওঁৰ
এক সুকীয়া ইমেজ।
এইবাৰৰ অনুৰণনৰ মজিয়াত
এগৰাকী শিল্পী বন্ধুৱে ক'ব,
অন্তৰংগ বন্ধু,
জুবিন গাৰ্গৰ কথা
আমাৰ অতিথি
মানস জ্যোতি বৰা ( বুবু)
জুবিন গাৰ্গৰ বাল্য বন্ধু
সংগীত পৰিচালক
সংগীত ব্যৱস্থাপক
উজনি অসমৰ প্ৰথম ডিজিটেল ৰেকৰ্ডিং ষ্টুডিঅ
অডিঅ' ৱৰ্ল্ডৰ স্বতাধিকাৰ।
মনমৰমী মহন্তৰ সৈতে

Address

Christian Basti
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share