Kachua RHINO CLUB

Kachua RHINO CLUB

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kachua RHINO CLUB, Sports Team, Kachua Rhino Club, Dhalpur, Lakhimpur.

Photos from Kachua RHINO CLUB's post 16/07/2026

UNICEF ৰ আধিনত যি বাল্য বিবাহ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল ,তাৰে কাৰ্যসূচী ৰ অন্তৰ্গত অঞ্চলৰ এজন বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তি সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰা উদেশ্যে আজি কচুৱা ৰাইন' ক্লাৱৰ তৰফৰ পৰা কচুৱা অঞ্চলৰ গাওঁ প্ৰধান শ্ৰী পাপু মনি হাজৰিকা দেৱৰ ঘৰলৈ যোৱা হয় । এই আলোচনাত অঞ্চলত যাতে কোনো ধৰণৰ বাল্য বিবাহ ৰূপি কুপ্ৰথাৰ প্ৰভাৱ নপৰে ,তাৰ প্ৰদক্ষেপ ল'বলৈ তেখেতক আমাৰ তৰফৰ পৰা আহ্বান জনালোঁ,তেখেতেও উক্ত বিষয়টি গুৰুত্ব সহকাৰে লৈ আমাক যোগাত্মক সহযোগিতা ৰ আশ্বাস দিয়ে ।এই সাক্ষাৎ তে অঞ্চলটোক বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি আমি দোয়ো পক্ষই আশাবাদী।

Photos from Kachua RHINO CLUB's post 07/07/2026

Celebrating world volleyball 🏐 Day

07/07/2026
24/12/2025

Brahmaputra Volleyball league Season 6

24/12/2025

Under 12 boys team, Kachua Rhino Club

24/12/2025

Under 16 boys team, Kachua Rhino Club

Want your business to be the top-listed Gym/sports Facility in Lakhimpur?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Kachua Rhino Club, Dhalpur
Lakhimpur