06/05/2024
MR LIONS Cricket Club
Cricket Team
06/05/2024
╱◥██████◣
│∩│🪟▤│🪟│
▓▆▇█▓🚪▓█▇
এই ঘৰটো copy কৰিব পাৰিলে বুজি পাম আপোনাৰ ম'বাইলটো বহুত দামি
আজি 23.01.2023 ইং তাৰিখ সোমবাৰ সেয়ে কয়াকুছি প্ৰিমীয়াৰ লীগত চেমিফাইনাল খেলখন MR Lions VS RS XI ৰ মাজত অনুষ্ঠিত হৈছিল উক্ত চেমিফাইনাল খেলখনত MR Lions এ জয়লাভ কৰি KPL ৰ ফাইনেলত প্ৰৱেশ কৰিলে । উক্ত হৈ যোৱা চেমিফাইনাল খেলখনত MR Lions ৰ অধিনায়ক Dr. Lakiful Islam এ ট্ৰছ ত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ RS XI ক 71 ৰাণত All Out কৰি দিয়ে আৰু MR Lions ৰ হৈ Dipankar Barman এ 23 বল খেলি 54 ৰাণ লৈ Man of the match পাবলৈ সক্ষম হয় ।মই স্বত্বাধিকাৰী হিচাপে MR Lions ৰ সকলো খেলুৱৈক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছো
*শুভ সংবাদ*
অহাকালি ১৬.১২.২০২২ ইং তাৰিখ শুক্ৰবাৰ সেয়ে আবেলি ঠিক ২ বজাত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত KPLৰ খেল সমূহ আগৰ নিচিনাকৈ আৰম্ভ হব উক্ত খেলখন RS xi VS MC Blaster ৰ মাজত অনুষ্ঠিত হব । সেয়ে উক্ত গুৰুত্বপূৰ্ণ Highvoltage খেলখন উপভোগ কৰিবলৈ আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো লগতে *খেলখন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব ফেচবুক পেজত MS Vlogs আৰু Unleashed Vlogs ত সেয়ে আপোনালোকে Live চাব পাৰিব ।*
ধন্যবাদ
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Karagari Gaon
Barpeta
781352