02/06/2026
Mind it
A Club founded in 1966, which participates in various activities like Social Activities and Sports and also Specially for Football and Volleyball Tournaments.
02/06/2026
Mind it
Eid Special Vives
27/05/2026
Happy Eid Mubarak
01/05/2026
আন্তর্জাতিক শ্ৰমিক দিৱস উপলক্ষে
সকলো শ্ৰমিক ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণাম জনালোঁ।
আপোনালোকৰ অক্লান্ত পৰিশ্ৰম আৰু ত্যাগেই
দেশৰ উন্নয়ন আৰু অগ্ৰগতিৰ মূল ভিত্তি।
15/04/2026
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ....
Late Uploaded
"Go As You Like"
One participant chose a third gender character.
By THE RESPECTED PRINCIPAL SIR OF GOVT B.T. COLLEGE, GOALPARA
*সন্মানিয় সভাপতি /সম্পাদক আৰু সদস্য ,অভ্যৰ্থনা সমিতি আৰু সংঘৰ বিষয়ববীয়া সকল ।
সংঘৰ সভাপতি/ সম্পাদকদ্বয়ৰ নিৰ্দেশ অনুসৰি আজি সন্ধিয়া ৭:৩০ বজাত হীৰক জয়ন্তী উদযাপন কাৰ্য্যসূচীৰ হিচাপ-নিকাচ সন্দৰ্ভত জৰুৰী সভাৰ আয়োজন কৰা হৈছে।
সেয়ে উক্ত সভাত আপোনালোকৰ উপস্থিতি কামনা কৰা হ'ল।
স্থাণ: বাসস্থান ৰেজাউল কবিৰ সেখ।
ধন্যবাদেৰে
বৰাইবাৰী যুব পুথিভঁৰাল আৰু সংঘ