Puran Burka Sports Club

Puran Burka Sports Club

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Puran Burka Sports Club, Stadium, arena & sports venue, Dimu dobok Gaon panchayat, Guwahati.

10/08/2018
25/01/2018

অহা ইং ২৭ আৰু ২৮ জানুৱাৰী ২০১৮ দুদিনীয়া বৰ্নাধ্য কাৰ্যসুচীৰে পুৰাণবুৰ্কা স্পোৰ্টচ ক্লাবৰ উদ্যোগত এখনি দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সেয়েহে ইচ্চুক দলে কমিতিৰ লগত যোগাযোগ কৰিব পাৰে।
যোগযোগৰ বাবে মোবাইল নম্বৰ- ৭০০২৬১৯৭২১
বি.দ্ৰ.
প্ৰথম পুৰস্কাৰ- ১৫০০১ টকা
দ্বিতীয় পুৰস্কাৰ- ১০০০১ টকা
লগতে ট্ৰফি আৰু মেন অব দা মেচ আৰু মেন অব দা চিৰিচ থাকিব।
ভৰ্তি মাচুল -১০০১ টকা
সমুহ ৰাইজৰ উপস্থিতি শ্ৰদ্বাৰে কামনা কৰিলো।
ধন্যবাদেৰে

পুৰাণবুৰ্কা স্পোৰ্টচ ক্লাব।

Want your business to be the top-listed Gym/sports Facility in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Dimu Dobok Gaon Panchayat
Guwahati
781382