19/08/2022
Majuli District A-Division Inter Club Football League, 2022.
Today's Game
Leopards Club Vs Riverine Club
Leopards Club won by 1-0.
মাজুলীৰ প্ৰথম শৰীৰ চৰ্চা ব্যায়ামাগাৰ। এক সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াভিত্তিক সংগঠন ।
19/08/2022
Majuli District A-Division Inter Club Football League, 2022.
Today's Game
Leopards Club Vs Riverine Club
Leopards Club won by 1-0.
Some glimpses of yesterday's practice
10/06/2021
Leopards Gym reopened. Special arm-wrestling training going on under the guidance of National Arm Wrestling Champion. Manindar Singh Bhamrah and State Arm Wrestling Champion Surajit Paul.
01/03/2021
ৰিভাৰাইন ক্লাবৰ উদ্যোগত অনুষ্ঠিত T-20 প্ৰতিযোগিতাৰ ৰানাৰ-আপ লিঅ'পাৰ্ডছ ক্লাব ।
01/03/2021
মাজুলীত লৌহ ক্ৰীড়াৰ বাটকটীয়া, সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াভিত্তিক সংঘ লিঅ'পাৰ্ডছ ক্লাবৰ নামত এটা ফেচবুক পেজ খোলা হৈছে। পৰৱৰ্তী সময়ত ক্লাবৰ সকলো শুভাকাংক্ষী তথা সদস্যক এই পে'জত সংযুক্ত কৰা হ'ব। সকলোৰে সহযোগিতা কামনা কৰিলোঁ।