District Taekwondo Association Bajali

District Taekwondo Association Bajali official page

আমাৰ গৌৰৱ.... 🙏🙏🙏
09/08/2026

আমাৰ গৌৰৱ.... 🙏🙏🙏

27/04/2026

JNV regional,Dimapur, Nagaland হোৱা টাইকোৱানডো খেলত খনত ,আমাৰ একাডেমিৰ ব্ৰিজেশ ৰয়, Silver medal পবলৈ সক্ষম হয়, তেওঁৰ উৎজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

4th Foundation day Chirang District Taekwondo championship 2026..  বজালী জিলা তৰফৰ পৰা 8 জন খেলুৱৈ অংশগ্ৰহণ কৰে আৰু তাৰ ...
27/03/2026

4th Foundation day Chirang District Taekwondo championship 2026..

বজালী জিলা তৰফৰ পৰা 8 জন খেলুৱৈ অংশগ্ৰহণ কৰে আৰু তাৰ ভিতৰত 6জন এ সোণৰ পদক আৰু 2জনে ৰূপৰ পদক পাবলৈ সক্ষম হয় ।
বজালী জিলা টাইকোৱানডো সন্থাৰ তৰফৰ পৰা খেলুৱৈ সকলক শুভেচ্ছা দিয়াৰ লগতে, প্ৰশিক্ষক মন দাসক শুভেচ্ছা জনোৱা হল ।

সদৌ অসম টাইকোৱানডো সন্থাৰ অধীনত, নলবাৰী জিলাত আজি 01/02/2026 তাৰিখে, দেভিৰাম পাঠশালা হাই স্কুল, নলবাৰীত ব্লেক বেল্টৰ পৰী...
01/02/2026

সদৌ অসম টাইকোৱানডো সন্থাৰ অধীনত, নলবাৰী জিলাত আজি 01/02/2026 তাৰিখে,
দেভিৰাম পাঠশালা হাই স্কুল, নলবাৰীত ব্লেক বেল্টৰ পৰীক্ষা সমূহ হয়, উক্ত পৰীক্ষাত বজালী জিলাৰ পৰা 15 জন খেলুৱৈ অংশগ্ৰহণ কৰে /
বজালী জিলা টাইকোৱানডো সন্থাৰ পৰা খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উৎজ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏

28/01/2026

Congratulations.. 🎉🎉🎉 Debasish Das... 🥋

25/01/2026

Address

Pathsala Ward No 1
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when District Taekwondo Association Bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category