04/02/2026
আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অংকিত বড়াই "4th north east kick boxing championship 2026" Shillong meghalaya,ত দ্বিতীয় স্থান 🥈 লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ছাত্ৰ জনলৈ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
04/02/2026
04/02/2026
12/01/2026
20/02/2025