05/02/2025
28/01/2025 পৰা 14/02/2025 লৈকে অনুষ্ঠিত হৈ থকা 38th Nationals Games 2025 খনিত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা তিনিচুকীয়া জিলা ফেন্সিং সন্থাৰ খেলুৱৈ শ্ৰীমতী হিমাদ্ৰী মৰাণৰ লগতে সকলো খেলুৱৈক আজি গুৱাহাটী নেহেৰু ষ্টেদিয়ামত তিনিচুকীয়া জিলা ফেন্সিং সন্থাৰ সন্মানীয় সভাপতি তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া আৰু সম্পাদিকা ভবানী তাঁতীয়ে শুভেচ্ছা জনোৱাৰ লগতে খেলৰ সামগ্ৰীৰ লগতে পোচাক প্ৰদান কৰে ।
Sanjoy Kishan
Bhabani Tanti
Himanta Biswa Sarma
30/08/2024
27/08/2024
27/07/2024